শ্বীট ব্লাইট হৈছে ধান শস্যত আৰম্ভণি কালত হোৱা এক ধ্বংসাত্মক ৰোগ, যাৰ ফলত শস্যৰ উৎপাদন আৰু গুণগত মানৰ ওপৰত বহু পাৰ্শ্বক্রিয়া দেখা যায়।
এই ৰোগৰ ব্যৱস্থাপনাৰ বাবে কৃষক ভাতৃসকলৰ প্ৰচেষ্টা সদায় অসম্পূৰ্ণ হৈয়েই ৰৈ যায়, যাৰ ফলত কৃষিৰ খৰচ বৃদ্ধি হয় আৰু লাভ কম হয়।
যদি আপুনিও বিচাৰে শ্বীথ ব্লাইটৰ সৰ্বশ্ৰেষ্ঠ ব্যৱস্থাপনা আৰু উন্নত উৎপাদন, তেন্তে আহক কিবা এটা বেলেগ কৰো।
চুমিটোমো কেমিকেল ইণ্ডিয়া লিমিটেডে নিজৰ নিৰন্তৰ প্ৰচেষ্টা আৰু গৱেষণাৰ দ্বাৰা লৈ আনিছে এক ডাঙৰ সমাধান "অম্রি"-কৰক কিছু ভিন্ন।
অম্ৰিৰ সম্পৰ্ক আৰু প্ৰণালীগত ক্ৰিয়াৰ দ্বাৰা গছত বিয়পি পৰি এক শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থাৰ নিৰ্মাণ কৰে।
অম্ৰিয়ে ৰোগ সৃষ্টিকাৰী ভেঁকুৰৰ কোষ গঠন ৰোধ কৰি সংক্ৰমণ আৰু ৰোগৰ বিস্তাৰ নিয়ন্ত্ৰণ কৰে।
আভ্যন্তৰীণভাৱে শক্তিশালী উদ্ভিদ, স্বাস্থ্যকৰ সুৰক্ষিত গজালি (পোখা) আৰু সেউজীয়া শস্যই উন্নত উৎপাদনৰ ভেটি গঠন কৰে ৷
উদ্ভিদ প্ৰতিৰক্ষা ব্যৱস্থা বৃদ্ধি কৰা: ৰোগ সৃষ্টিকাৰী ভেঁকুৰৰ ওপৰত ইয়াৰ এন্টি- বায়টিক গুণৰ দ্বাৰা কেইবা ঠাইতো প্ৰভাৱ পেলাই উদ্ভিদৰ সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰে।
ৰোগৰ পৰা সংৰক্ষণ আৰু ফলপ্ৰসূ নিয়ন্ত্রণ: সম্পর্ক তথা প্রণালীগত কার্যপ্ৰণালীৰ দ্বাৰা ৰোগ হোৱাৰ পৰা ৰক্ষা বা আৰম্ভণিৰ সংক্ৰমণৰ পৰা ফলপ্রসূ নিয়ন্ত্রণ হয়।
সেউজীয়া শস্য: মেটাবলিজিম (বিপাক) ক্ৰিয়া বৃদ্ধি কৰি উদ্ভিদৰ স্বাস্থ্য উন্নত কৰে, যাৰ ফলত উদ্ভিদ সেউজীয়া হৈ পৰে।
শিথ ব্লাইট (গলন) ৰোগৰ লক্ষণ:
শিথ ব্লাইটৰ বাবে অনুকূল পৰিস্থিতি:
মাত্ৰা : 400 মি.লি./একৰ
সুফলৰ বাবে ৰোগ দেখা দিয়াৰ আগতে বা ৰোগৰ প্ৰাৰম্ভিক লক্ষণ দেখা দিয়াৰ আগতেই অম্ৰিৰ স্প্রে' কৰিব লাগে ৷
ৰোপনৰ 30-35 দিনৰ পাছত হ্ৰস্বকালীন ধানত প্ৰয়োগ কৰিব লগে
যদি আপুনি অম্রি ক্ৰয় কৰিব বিচাৰে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক
Safety Tips: