A Grain Filling Technology

টপগ্রেইন® শস্য পূর্ণতা প্রযুক্তি

টপগ্ৰেইন® হৈছে ভাৰতৰ প্ৰথমটো শস্য পূৰ কৰাৰ বাবে সমর্পিত প্রযুক্তি, যিটো বিশেষভাৱে ধান আৰু ঘেঁহুৰ বাবে ডিজাইন কৰা হৈছে.

বর্ধিত শস্য পূর্ণতা
শস্যৰ ওজন উন্নত
উচ্চ উৎপাদন সম্ভাৱনা
Golden filled grain TopGrain pack Better Grain Filling Uniform Development

বর্ধিত শস্য পূর্ণতা

উন্নত মানৰ আৰু সমৰূপতাৰ বাবে অধিক শস্য পূর্ণতা

শস্যৰ ওজন উন্নত

অধিক লাভৰ বাবে বেছি পৰিমাণৰ শস্য

উচ্চ উৎপাদন সম্ভাৱনা

উন্নত লাভৰ বাবে অধিক উৎপাদন

TopGrain solution for paddy
Grain Filling Solution
সমাধান আৰু কাৰ্য্যৰ প্ৰকাৰ

টপগ্রেইন® কি?

টপগ্ৰেইন® হৈছে ভাৰতৰ প্ৰথমটো শস্য পূৰ কৰাৰ বাবে সমর্পিত প্রযুক্তি, যিটো বিশেষভাৱে ধান আৰু ঘেঁহুৰ বাবে ডিজাইন কৰা হৈছে.

ই শাৰীৰিক পৰ্যায়ত কাম কৰি শস্যৰ প্ৰাকৃতিক শস্য পুৰঠ হোৱা প্ৰক্ৰিয়াটো শক্তিশালী কৰে, যাতে উদ্ভিদৰ সম্পূৰ্ণ বৃদ্ধিৰ সম্ভাৱনা শস্যলৈ ফলপ্ৰসূভাৱে স্থানান্তৰিত হয়। শস্যৰ বিকাশৰ সময়ত শৰ্কৰাৰ কাৰ্যক্ষম গতি আৰু শ্বেতসাৰ গঠনত সহায় কৰি টপগ্ৰেইনে® শস্যৰ বৃদ্ধিক উৎপাদনলৈ ৰূপান্তৰিত কৰাত সহায় কৰে।

ধান ভৰ্তিৰ প্ৰক্ৰিয়াৰ বাবে উত্তম সহায়
গুণগত মান আৰু বজাৰযোগ্য উৎপাদনত উন্নতি
বৈজ্ঞানিক পদ্ধতি

টপগ্রেইন® এ কেনেদৰে কাম কৰে

01

স্থানান্তৰ:

পাতৰ পৰা বাঢ়ি অহা শস্যলৈ শৰ্কৰা স্থানান্তৰিত কৰাত সহায় কৰে।

02

সংগঠন:

কাণ্ডৰ পৰা সংৰক্ষিত কাণ্ড শক্তিক সংগঠিত কৰে।

03

জৈৱসংশ্লেষণ:

শস্যৰ ভিতৰত শ্বেতসাৰ গঠনত সহায় কৰে।

04

সমৰূপতা:

লেচেৰি বা একেবাৰে মূৰলৈকে অধিক একেধৰণৰ শস্য পূৰ হোৱাটো নিশ্চিত কৰে।

ফলাফল: গ্ৰইনা বকাচ ফুলাৰ, গধুৰ আৰু অধিক সমৰূপত উৎপাদন আৰু শস্যৰ মান উন্নত হয়।

সমস্যা

ভাল দেখা লেচেৰিয়েও কিয় সম্পূর্ণ উৎপাদন দিব নোৱাৰে

গোটেই ভাৰততে ধান আৰু ঘেঁহুৰ শস্যবোৰ প্ৰায়ে ফুল ফুলালৈকে স্বাস্থ্যকৰ দেখা যায় । শস্য ভালদৰে বাঢ়ে, লেচেৰি আৰু দানাবোৰ সঠিকভাৱে গঠন হয় আৰু সকলোবোৰ ঠিক পথতে গতি কৰে।

তথাপিও শস্য চপোৱাৰ সময়ত কৃষকসকলে সঘনাই তলৰ সমস্যাবোৰৰ সন্মুখীন হয়:

  • পাতল শস্য
  • খালী বা আংশিকভাৱে পৰিপূৰ্ণ শস্য
  • কম টেষ্ট ৱেইট
  • বজাৰৰ পৰা কম লাভ

য'ত উৎপাদন কম হয়

ফুল ফুলাৰ পাছত উৎপাদন কমি যায়- শস্য পুৰঠ হোৱাৰ পৰ্যায়ত যিটো উৎপাদনৰ চূড়ান্ত আৰু নির্ণায়ক পর্যায় হয় সেই সময়ত ৷ আনকি ভাল হাইব্রিড, সঠিক পুষ্টি আৰু শস্যৰ সুৰক্ষাৰ সৈতে থখা শস্যও শস্য পুৰঠ হোৱা সময়ত প্ৰায়ে অদক্ষ হৈয়েই থাকে।

শস্য পুৰঠ হোৱাত কিয় ক্ষতিগ্রস্ত হয়

  • কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু লিপিড শস্যৰ পাত আৰু কাণ্ডলৈ ভালদৰে গৈ নোপোৱা ৷
  • উষ্ণতা, আর্দ্রতা বা পুষ্টিৰ ভাৰসাম্যহীনতাৰ বাবে শস্যৰ চাপ ৷
  • লেচেৰিত অসমান শস্যৰ বিকাশ ৷

ফলাফল: শস্যৰ সম্পূৰ্ণ সম্ভাৱনা শস্য চপোৱা উৎপাদনলৈ ৰূপান্তৰিত নহয় ৷

পাতল শস্য

খালী বা আংশিকভাৱে পৰিপূৰ্ণ শস্য

কম টেষ্ট ৱেইট

বজাৰৰ পৰা কম লাভ

কাৰিকৰী পটভূমি

শস্য পুৰঠ হোৱা: য'ত চূড়ান্ত উৎপাদন নির্ণয় হয় ।

পাতত সালোক সংশ্লেষণৰ দ্বাৰা উৎপাদিত খাদ্যৰ লগতে কাণ্ডত জমা হৈ থকা শক্তিও বিকাশশীল শস্যলৈ গতি কৰা পৰ্যায়টোৱেই হৈছে শস্য পুৰঠ হোৱা । ক্ৰমান্বয়ে পৰিপক্ক হোৱালৈকে ভৰি পৰিব লাগে বা পুৰঠ হ'ব লাগে।

এই পৰ্যায়টোৱেই চূড়ান্ত সিদ্ধান্ত লয়:

শস্যৰ ওজন
শস্যৰ আকাৰ
শস্যৰ একৰূপ
চূড়ান্ত বজাৰযোগ্য উৎপাদন

পথাৰৰ পৰিস্থিতিত কি ভুল হয়

ভাৰতীয় বৃদ্ধিৰ পৰিস্থিতিত তাপ, আর্দ্রতাৰ ভাৰসাম্যহীনতা, পুষ্টিকৰ উপাদানৰ সীমাবদ্ধতা আৰু হৰম'নৰ ভাৰসাম্যহীনতাই প্ৰায়ে শৰ্কৰাৰ এই গতিবিধি বিঘ্নিত কৰে

ফলস্বৰূপে শস্য বাহিৰৰ পৰা সুস্থ যেন দেখালেও শস্যই সম্পূৰ্ণৰূপে পুৰঠ হ'ব পৰাকৈ পৰ্যাপ্ত শক্তি লাভ নকৰে। সেইবাবেই ধান আৰু ঘেঁহুত শস্য পুৰঠ হোৱাটোৱেই হৈছে উৎপাদন নিৰ্ণয়ৰ আটাইতকৈ জটিল পর্যায়।

Grain filling close-up
লাভ

টপগ্ৰেইনৰ® পৰা কৃষক কিদৰে উপকৃত হয় ?

টপগ্রেইনে® শস্যৰ গুটি পূৰ্ণ কৰি খেতিত দৃশ্যমান পৰিৱৰ্তন আনে

01

শস্যৰ গুটি ধৰা বৃদ্ধি কৰে:

  • চেফী আৰু আংশিকভাৱে শস্য গুটি ধৰাটো হ্ৰাস কৰে
  • শস্যৰ ওজন আৰু আকাৰ বৃদ্ধি কৰে ৷
  • জয় পৰা আৰু অপৰিপক্ক দানাৰ পৰিমাণ হ্ৰাস কৰে।
02

সমৰূপী আৰু সৰ্বোত্তম শস্যৰ বিকাশ:

  • মূৰলৈকে সমৰূপত শশ্যৰ গুটি ভৰে ।
  • মিলিং পুনৰুদ্ধাৰ বৃদ্ধি আৰু শস্যৰ আকাৰ সমৰূপী হোৱাৰ বাবে বজাৰ মূল্য উন্নত কৰে
03

শস্যৰ মানদণ্ড উন্নত:

  • ডাঠ, গধুৰ আৰু ভালদৰে পুৰঠ শস্য উৎপাদন কৰে
  • টেষ্ট ৱেইটৰ দৰে মূল গুণগত মানৰ প্ৰাচলসমূহ উন্নত কৰে
04

বিনিয়োগৰ ওপৰত অধিক লাভ (ROI)

  • গুণগত মান বৃদ্ধিৰ বাবে কৃষকসকলে অধিক লাভ অর্জন কৰে ।
  • বৰ্তমানৰ শস্যৰ সম্ভাৱনাক উৎপাদনলৈ ৰূপান্তৰিত কৰি ধনৰ বিপৰীতে মূল্য প্রদান কৰে

টপগ্ৰেইন® - শস্যৰ বৃদ্ধিক শস্য চপোৱা উৎপাদনলৈ ৰূপান্তৰিত কৰে ৷

প্রয়োগ

সঠিক অৱস্থা, সঠিক পৰিমাণ, উত্তম ফলাফল

লেবেলৰ নিৰ্দেশনা আৰু স্থানীয় কৃষি বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰক

টপগ্রেইন® মাত্রা 25 - গ্রাম প্রতি একৰত ধান আৰু ঘেঁহু দুয়োটাতে
Paddy application stage
স্প্রে কৰাৰ সময়

50% হেডিং পৰ্যায়ত

হেডিং ষ্টেজ: হৈছে যেতিয়া প্ৰাথমিক পেনিকেল বুটৰ পৰা 50% ওলাই আহে ।

Wheat application stage
স্প্রে কৰাৰ সময়

আগতীয়াকৈ শস্য পূৰ হোৱা

শস্যৰ গুটি ধৰাৰ প্ৰাৰম্ভিক পর্যায়: যেতিয়া শস্যৰ দানাবোৰ পানীযুক্ত পকা বা গাখীৰতী অৱস্থাত থাকে, অৰ্থাৎ এন্থেছিছৰ প্ৰায় 7-10 দিনৰ পিছত স্ত্ৰে কৰিব লাগে।

মিহলি আৰু স্প্রে কৰাৰ নিৰ্দেশাৱলী

প্ৰয়োগৰ নিৰ্দেশাৱলী: মিশ্ৰণটো প্ৰস্তুত কৰিবলৈ, এটা স্প্রে' টেংকত অলপমান পানী ভৰাই তাত প্ৰয়োজনীয় পৰিমাণৰ টপগ্ৰেইন® মিলাওক। টেংকটো সম্পূৰ্ণকৈ পানীৰে ভৰ্তি কৰাৰ সময়ত মিশ্ৰণটো লৰাই থাকিব।

টপগ্রেইন® খিনি সম্পূৰ্ণৰূপে দ্ৰৱীভূত হ'বলৈ ভালদৰে লৰাই মিহলি কৰক আৰু তাৰ পাছত প্ৰতি লিটাৰ পানীত 0.5 ml/Litre হিচাপত নন আইকনিক ছাৰফেক্টেন্ট মিলাওক।

কৃষকৰ অভিজ্ঞতা

টপগ্রেইন® সম্পৰ্কে কৃষকৰ মতামত

কৃষকৰ অভিজ্ঞতা জানক আৰু চাওক টপগ্রেইন® কেনেদৰে ধান ভৰ্তি, গুণগত মান আৰু উৎপাদন ক্ষমতা উন্নত কৰিছে।

কৃষকৰ অভিজ্ঞতা

टॉपग्रेन® - फसल कटाई का जश्न - धमतरी, छत्तीसगढ़

Watch on YouTube
কৃষকৰ অভিজ্ঞতা

धान में बेहतर पैदावार व गुणवत्ता के लिए किसान की सलाह

Watch on YouTube
উত্তম ভৰ্তি • উত্তম ওজন • উত্তম সম্ভাৱনা

প্ৰতিটো দানাত আপোনাৰ পিকৰ সম্পূৰ্ণ সম্ভাৱনা উন্মোচন কৰক

এজন বিশেষজ্ঞৰ সৈতে কথা পাতক
আমাক যোগাযোগ কৰক

টপগ্রেইন® সম্পৰ্কে অধিক তথ্য বিচাৰে নে?

আপোনাৰ নাম, মোবাইল নম্বৰ আৰু জিলাখন দিয়ক। আমাৰ দল আপোনাক যোগাযোগ কৰিব।

আপোনাৰ তথ্য সুৰক্ষিত ৰাখা হ’ব।
স্থানীয় উৎপাদন সহায়তা
জিলাৰ ভিত্তিত যোগাযোগ কৰক
অনুগ্ৰহ কৰি আপোনাৰ নাম লিখক
অনুগ্ৰহ কৰি বৈধ ১০ সংখ্যাৰ মোবাইল নম্বৰ লিখক
অনুগ্ৰহ কৰি আপোনাৰ জিলাখন লিখক.
অনুগ্ৰহ কৰি যোগাযোগৰ বাবে অনুমতি দিয়ক।
Contact